শিৱসাগৰত গাঁঠিৰ ধন খৰছ কৰি ৰাইজে সাজিছে পথ*
To
- বাৰিষা যেতিয়া আহে, তেতিয়া শিৱসাগৰ জিলাৰ অন্তৰ্গত , চেঙেলীবাৰী, মাউৎ গাওঁ, কোচ গাওঁ, খেলুৱা গাওঁ কে, ধৰি প্ৰায় কুৰি খন গাঁৱৰ ৰাইজে একাঠু বুকাত জিয়াতো ভুগিব লগা হৈছে, নৈ দাঁতি কাষৰীয়া বৃহত্তৰ, বাঁহগড়ৰ মথাউৰি মূল পথ হৈছে, নাজিৰা শিমলুগুৰি লাকুৱা,শিৱসাগৰলৈ যোৱাৰ এক মাত্র প্ৰথ,গাড়ী চলাচল কৰাতো দূৰৰে কথা,খোজকঢ়িও যোৱাৰো এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে, বাৰে বাৰে চৰকাৰে আচ্ছাষ দিয়ে কিন্তু একেই খনি ছবিকে দেখা পোৱা যায়, উপাই হিণ হৈ, সচেতন ব্যক্তি,ৰঞ্জন মহন্ত,আৰু গাওঁৰ উছৰ চুবুৰীয়া ৰাইজে গাঁঠিৰ ধন খৰছ কৰি এই পথচোৱা শিল, ইটা দি, মেৰামতি কৰে,
শিৱসাগৰ বেতবাৰীৰ পৰা মুকিব আলিৰ প্ৰতিবেদন,
Comments
Post a Comment